মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ

গুৰু খনিজ পদাৰ্থ খননৰ অনুজ্ঞাপত্ৰৰ বন্দোবস্তি পাওক

চুণশিল খননৰ লীজৰ অনুমোদন

এক সফল অন্বেষণ কাৰ্য্যৰ পাছত, অন্বেষণকাৰীয়ে খনন কাৰ্য্যৰলীজৰ বাবে অসম চৰকাৰক এক আবেদন কৰিব লাগিব। অসমৰ ভূতত্ব আৰু খনন সঞ্চালকালয়ৰ ঠিকনাত নিৰ্দ্ধাৰিত আবেদন প্ৰ-পত্ৰৰ জৰিয়তে সকলো প্ৰয়োজনীয় চালান নথি সংলগ্ন কৰি চুণশিল খনন কাৰ্য্যৰ লীজৰ মঞ্জুৰীৰ বাবে আবেদন কৰিব লাগিব আৰু ইয়াৰ এক প্ৰতিলিপি অসম চৰাকৰৰ খনি আৰু খনিজ পদাৰ্থ বিভাগৰ সচিবলৈও প্ৰেৰণ কৰিব লাগিব।

এই আবেদনত নিম্নোল্লেখিত তথ্য/নথি সমূহ অন্তৰ্ভুক্ত হব লাগিবঃ

  • কোণ বিন্দুৰ অক্ষৰেখা আৰু দ্ৰাঘিমাৰ সৈতে এম.এল.লৈ ৰূপান্তৰিত কৰা পি.ই.এল.ৰ অধীনষ্ঠ এলেকা প্ৰদৰ্শন কৰি ১:৫০,০০০ মাপৰ মানচিত্ৰ।আবেদন কৰা এলেকা অনুসৰি এই মানচিত্ৰই জিলা, তালুক আৰু গাৱঁৰ সীমা প্ৰদৰ্শন কৰাটো বাঞ্চনীয়।
  • আবেদন কৰা এলেকাৰ জৰীপ সংখ্যাৰ সৈতে গাৱঁৰ নামো জমা দিব লাগিব।
  • প্ৰাথমিক খৰচ পূৰণৰ বাবে এম.এম.ডি.আৰ. আইন অনুসৰি এক পৰিমাণ নিৰ্দ্ধাৰণ কৰা হয়।
  • এম.এম.ডি.আৰ. আইন অনুসৰি আবেদনৰ মাচুলো নিৰ্দ্ধাৰণ কৰা হয়।
  • এম.এম.ডি.আৰ. আইন অনুসৰি জামানতৰ পৰিমাণো নিৰ্দ্ধাৰণ কৰা হয়।
  • পাৰিপাৰ্শ্চিক অনুমোদন।
  • যদিহে ইয়াৰ লীজ অথবা লীজৰ বনাঞ্চলৰ অন্তৰ্গত হয়, তেনেহলে ভাৰত চৰকাৰৰ পৰিবেশ, বনাঞ্চল আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ পৰা অনুমোদন লাভকৰিব লাগিব।
  • আই.বি.এম.ৰ দ্বাৰাখনন কাৰ্য্যৰ পৰিকল্পনা মঞ্জুৰ কৰাব লাগিব।
  • নিৰ্দ্ধাৰিত আবেদন প্ৰ-পত্ৰৰ তিনিটা প্ৰতিলিপি তলত উল্লেখ কৰা ধৰণে চিহ্নিত কৰিব লাগিব- (১) এম.ও.পি.এন.জি. সচিব, ভাৰত চৰকাৰ, (২) সঞ্চালক, পেট্ৰলিয়াম সঞ্চালকালয় (ডি.ও.পি.), ভাৰত চৰকাৰ, (৩) জিলা সংগ্ৰাহক সকল, সংশ্লিষ্ট জিলা সমূহ।

কয়লা খননলীজৰ মঞ্জুৰী

এক সফল অন্বেষণ কাৰ্য্যৰ পাছত, অন্বেষণকাৰীয়ে খনন কাৰ্য্যৰ লীজৰ বাবে অসম চৰকাৰক এক আবেদন কৰিব লাগিব। অসমৰ ভূতত্ব আৰু খনন সঞ্চালকালয়ৰ ঠিকনাত নিৰ্দ্ধাৰিত আবেদন প্ৰ-পত্ৰৰ জৰিয়তে সকলো প্ৰয়োজনীয় চালান নথি সংলগ্ন কৰি চুণশিল খনন কাৰ্য্যৰ লীজৰ মঞ্জুৰীৰ বাবে আবেদন কৰিব লাগিব আৰু ইয়াৰ এক প্ৰতিলিপি অসম চৰাকৰৰ খনি আৰু খনিজ পদাৰ্থ বিভাগৰ সচিবলৈও প্ৰেৰণ কৰিব লাগিব।

এই আবেদনত নিম্নোল্লেখিত তথ্য/নথি সমূহ অন্তৰ্ভুক্ত হব লাগিবঃ

  • কোণ বিন্দুৰ অক্ষৰেখা আৰু দ্ৰাঘিমাৰ সৈতে এম.এল.লৈ ৰূপান্তৰিত কৰা পি.ই.এল.ৰ অধীনষ্ঠ এলেকা প্ৰদৰ্শন কৰি ১:৫০,০০০ মাপৰ মানচিত্ৰ। আবেদন কৰা এলেকা অনুসৰি এই মানচিত্ৰই জিলা, তালুক আৰু গাঁৱৰ সীমা প্ৰদৰ্শন কৰাটো বাঞ্চনীয়।
  • আবেদন কৰা এলেকাৰ জৰীপ সংখ্যাৰ সৈতে গাৱঁৰ নামো জমা দিব লাগিব।
  • প্ৰাথমিক খৰচ পূৰণৰ বাবে এম.এম.ডি.আৰ. আইন অনুসৰি এক পৰিমাণ নিৰ্দ্ধাৰণ কৰা হয়।
  • এম.এম.ডি.আৰ. আইন অনুসৰি আবেদনৰ মাচুলো নিৰ্দ্ধাৰণ কৰা হয়।
  • এম.এম.ডি.আৰ. আইন অনুসৰি জামানতৰ পৰিমাণো নিৰ্দ্ধাৰণ কৰা হয়।
  • পাৰিপাৰ্শ্চিক অনুমোদন।
  • যদিহে ইয়াৰ লীজ অথবা লীজৰবনাঞ্চলৰ অন্তৰ্গত হয়, তেনেহলে ভাৰত চৰকাৰৰ পৰিবেশ, বণ আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ পৰা অনুমোদন লাভ কৰিব লাগিব।
  • আই.বি.এম.ৰ দ্বাৰা খনন কাৰ্য্যৰ পৰিকল্পনা মঞ্জুৰ কৰাব লাগিব।