কাৰ্য্যৰ তালিকা আৰু দায়িত্ব সমূহ
ক্ৰমিক নং | বিষয়াৰ নাম আৰু পদবী | কাৰ্য্যৰ প্ৰকৃতি | মন্তব্য |
---|---|---|---|
১ | শ্ৰী পি.কে. হাজোৱাৰী, অ.অ.সে., আয়ুক্ত আৰু সচিব | প্ৰশাসনীয় মঞ্জুৰী প্ৰদান কৰা/অৰ্থনৈতিক অনুমোদন জনোৱা, চিলিং প্ৰদান কৰা | সময়মতে পি. এণ্ড ডি. বিভাগীয়/বিত্ত বিভাগীয় অনুমোদন জনোৱাৰ অধিন |
২ | শ্ৰী জি.এছ. পানেছাৰ, অ.অ.সে., যুটীয়া সচিব | চুটি মঞ্জুৰ/পেঞ্চন |
|
৩ | শ্ৰীমতি চেলা ৰহমান, অ.অ.সে., সচিব, | অন্বেষণ অনুজ্ঞাপত্ৰ/খনিৰ লীজ/খননলীজৰম্যাদ বৃদ্ধি/ ক্ষুদ্ৰ খনিজ সম্পদৰ খনন প্ৰকল্পত অনুমোদন জনোৱা |
|
৪ | শ্ৰী ইশান বৰদলৈ, উপ সচিব | আৰ.টি.আই. |
|