মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ

আমাৰ লক্ষ্য আৰু অভিযান

লক্ষ্যঃবিজ্ঞানসন্মত অন্বেষণ পদ্ধতি, উদ্যোগত ন্যায়িক সংৰক্ষণ আৰু ৰাজহ বৃদ্ধি, পাৰিপাৰ্শ্চিক আৰু নাগৰিকৰ উপযোগী নীতি তৈয়াৰ আদিৰ দৰেপদক্ষেপ গ্ৰহণ কৰা বা ইয়াৰ সুবিধা প্ৰদান কৰা।

 

অভিযানঃখনিজ সম্পদ ব্যৱস্থাপনা ক্ষেত্ৰত অসমৰ নেতৃত্ব প্ৰদানকাৰী স্থিতিক একত্ৰিত কৰা আৰু নাগৰিক সকলৰ লাভাৰ্থে প্ৰশাসন ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰদান কৰা।