মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ

কাৰ্য্যৱলী আৰু উদ্দেশ্য

  • উদ্দেশ্য

খনি আৰু খনিজ সম্পদ বিভাগৰ উদ্দেশ্য হৈছে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত উতকৃষ্টতা প্ৰদান কৰা। নাগৰিক সকলকশিঘ্ৰেই সেৱা/সুবিধা সমূহ লাভ কৰাৰ অনুমতি প্ৰদান কৰৰ কথা আগত ৰাখি নাগৰিকৰ চনদ তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও, ই নিম্নোল্লেখিত কাৰ্য্য সমূহ সম্পন্ন কৰে-

ক) বাজেট তৈয়াৰ কৰা

খ) বাৰ্ষিক বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰা

গ) পৰ্য্যালোচনা সভাৰ আয়োজন কৰা

ঘ) ডি.পি.চি. অনুষ্ঠিত কৰা

ঙ) খনি আৰু খনিজ সম্পদ বিভাগৰ অধীনষ্ঠ ৰাজপত্ৰিত বিষয়া সকলৰ স্থানান্তৰ আৰু স্থান নিৰ্ণয় কৰা।